শ্ৰেণীত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন-পত্ৰ || অসমীয়া ব্যাকৰণ
প্ৰতি,
মাননীয়া
প্ৰধান শিক্ষয়িত্ৰী মহোদয়া,
উৰণ
পখী ভৱন, আঠখেলীয়া
(পঞ্চম
শ্ৰেণীৰ শ্ৰেণী-শিক্ষক মহোদয়ৰ যোগেদি)
তাৰিখ-
২১-১১-২০১৯
বিষয়-
অনুপস্থিতি বিষয়ক আৱেদন-পত্ৰ
মহোদয়া,
বিনীত
সন্মানপূৰ্বক নিবেদন এই যে, যোৱা ১৭-১১-২০১৯ তাৰিখৰ পৰা ২০-১১-২০১৯ তাৰিখলৈকে জ্বৰ
হোৱা বাবে মই শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে মহোদয়াক উক্ত দিনকেইটাৰ বাবে
ছুটী মঞ্জুৰ কৰিবলৈ সবিনীত অনুৰুধ জনোৱা হ’ল।
আশাকৰোঁ
দয়ালু মহোদয়াই উক্ত অনুৰোধ ৰক্ষা কৰি কৃতাৰ্থ কৰিব।
ইতি
আপোনাৰ
একান্ত বাধ্য ছাত্ৰ
শ্ৰী বিনোদ বৰা
পঞ্চম
শ্ৰেণী, ৰোল নং- ৭
আৱেদন-পত্ৰৰ MS-Word ফাইলটো ডাউনলোড কৰক-
https://bit.ly/2KFAQVA
আৱেদন-পত্ৰৰ MS-Word ফাইলটো ডাউনলোড কৰক-
https://bit.ly/2KFAQVA
শ্ৰেণীত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন-পত্ৰ || অসমীয়া ব্যাকৰণ
Reviewed by Joonak.in
on
November 20, 2019
Rating:
No comments: