বিদ্যালয়ৰ
পৰা সাময়িক ছুটী বিচাৰি আবেদন || অসমীয়া ব্যাকৰণ
প্ৰতি,
মাননীয় অধ্যক্ষা মহোদয়া,
উৰণ পখী ভৱন, আঠখেলীয়া
( পঞ্চম শ্ৰেণীৰ শ্ৰেণী শিক্ষকৰ
যোগেদি)
তাৰিখঃ ১৮/০১/২০১৯
বিষয়ঃ ৪ৰ্থ পিৰিয়দৰ পিছত ছুটী বিচাৰি
আবেদন।
মহোদয়া,
বিনীত
সন্মানপূৰ্বক নিবেদন এই যে, আজি হঠাতে পেটৰ বিষ অনুভৱ কৰাত মই শ্ৰেণীত উপস্থিত থাকিবলৈ
অপাৰগ হৈ পৰিছোঁ। গতিকে ৪ৰ্থ পিৰিয়দৰ পাছত মোক ছুটী দিবৰ বাবে মহোদয়ৰ ওচৰত
প্ৰাৰ্থনা জনাইছোঁ।
আশাকৰোঁ
দয়ালু মহোদয়াই ছুটী মঞ্জুৰ কৰি বাধিত কৰিব।
ইতি
আপোনাৰ
একান্ত বাধ্য ছাত্ৰ
শ্ৰী বিনোদ বৰা
পঞ্চম
শ্ৰেণী, ৰোল নং- ৭
বিদ্যালয়ৰ পৰা সাময়িক ছুটী বিচাৰি আবেদন || অসমীয়া ব্যাকৰণ
Reviewed by Joonak.in
on
November 17, 2019
Rating:
No comments: